Prayers & Meditations

Bengali · Bahá'u'lláh

Add range:

Short Obligatory Prayer

To be recited once in twenty-four hours, at noon.

হে প্ৰভু, মোৰ ঈশ্বৰ ! মই জানো যে তোমাক জানিবলৈ আৰু পূজা কৰিবলৈ তুমি মোক সৃষ্টি কৰিছা। এই মুহূৰ্তত মই সাক্ষ্য কৰোঁ যে মই দৰ্বল, তুমি সবল, মই গৰীব তুমি সম্রাট, তুমি জ্ঞাপকৰ্তা, ষৰংপূৰ্ণ; তোমাত বাহিৰে আৰু অন্য দেৱতা নাই।